নামঘোষা (Namghosa)

Front Cover
নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী। নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।
 

Contents

Section 1
Section 2
Section 3
Section 4
Section 5
Section 6
Section 7
Section 8
Section 18
Section 19
Section 20
Section 21
Section 22
Section 23
Section 24
Section 25

Section 9
Section 10
Section 11
Section 12
Section 13
Section 14
Section 15
Section 16
Section 17
Section 26
Section 27
Section 28
Section 29
Section 30
Section 31
Section 32
Section 33

Common terms and phrases

অনন্ত আছে আতি আত্মা আদি আন আনন্দ আপুন আপুনি আব আমি ইটো ঈশ্বব উপদেশ এ হবি এহি কবয় কবা কবি কবিয়া কবে কাম কীর্তন কৃপাময় কৃষ্ণ বাম কৃষ্ণ কেরলে কোন গতি গুরু গোপাল গোবিন্দ গোপীনাথ গোবিন্দ গোবিন্দ গোবিন্দ বাম চবণ চবণে জয় জয় জয় বাম জানা জানি জানিবা তফু তবে তযু তাক তাব তুমি তেজি তোমাব তোহ্মাব দামোদব দাস দীনবন্ধু দের ধবি ধম্ম নমস্কাব নমো নাবায়ণ নাম নামব নাহি নাহিকে নিজ নিত্য নিবঞ্জন নিম্মল পবম পবমানন্দ পাব পারে প্রভু বতি বাম কৃষ্ণ বাম বাম কৃষ্ণ হবি বাম বাম বাম বাম হবি বাম-কৃষ্ণ-নাম বাম-নাম বিনে বুলি বেদ বোল ব্রহ্মা ভকতব ভকতি ভগৱন্ত ভাই ভৈল ভৈলা ভৈলো মন মনে মহা মহিমা মাত্র মাধৱ মায়া মুকুন্দ মুখে মুবাবি মোক মোব যত যাব যিটো যেন লৈয়ো শবণ শাস্ত্রব শুদ্ধ সদা সদায়ে সনাতন সম সমস্তে সাব সিটো সুখ সুখে হবি বাম হবি হবি এ হবি হবি হবি হবি-গুণ হবি-নাম হবিক হবিব হুয়া হে হেন হোরে

About the author

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।

Bibliographic information