দধি মথন নাট (Dadhi Mathan Nat)

Front Cover
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত অঙ্কীয়া নাট
 

Common terms and phrases

অঙ্ক অতযে অধিক অহে আগে আঙ্গুল আজু আদি আনন্দ আপুন আৰ আৰু আহে উদৰে এই ঐচন ওহি কৃষ্ণক ওহি বলি কথা কয় কয়ল কযে কহোঁ কৰহ কৰি কৰিছে কৰিতে কৰিব কৰিযে কহোঁ কাব্যৰ কাৰণ কি কিন্তু কোটি গােপীসব গােৱাল গীত ৰাগ গুণ গেল চৰণ জগত জৰি জানু তদনন্তৰ তা দেখহ তাহে তাহেক তােহাক তােহাৰি তুহু থিক দধি মথন দিয়ে দুখ দুহাে দেখল দেখহ শুনহ দেখাে দেখি দেখিযে দেব দেবতা দেৱতা দ্বাৰা নন্দ নন্দে নয়নে নাট নাটক নাম নাৰদক নাৰায়ণ নাহি নিজ নিমিত্তে নিৰন্তৰে পদ পদ৷ পৰম পাই পাৱল পুত্র পুনু প্রাণ বন্ধন বস্তু বহুত বা বান্ধিতে বালক বােলল বিলাক বুলি বৃক্ষ ভকত ভকতক ভকতিক ভক্তিৰ ভােজন ভেল মন মহা মহাপুৰুষ মহিমা মাই মাজে মাধৱ মাৱক যশােদা বােল যে ৰস ৰহল ৰহােক ৰূপ ৰূপে লাগল লােক লীলা শুনিযে শ্রম শ্রীকৃষ্ণ সকল সকলৰ সকলে সব সবক সবে সহিতে সােহি সূত্র সেই স্তন পান হৰি হৰিবােল হাতে হামাক হামাৰ হামু হাসি হৈছে ক্ষীৰ

About the author

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল[1]। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।

Bibliographic information