কীৰ্তন ঘোষা (Kirtan Ghosha)

Front Cover
ASCOSYS
2 Reviews
Reviews aren't verified, but Google checks for and removes fake content when it's identified

কীৰ্তন-ঘোষা হৈছে আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা 'এক শৰণ নাম ধৰ্ম' প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়[1]।

প্ৰতিকূল পৰিৱেশ আৰু ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হোৱা বাবে তেওঁ অসংখ্য ঠাইত পুথি সমূহ ৰচনা কৰিছিল। কীৰ্তন-ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ড সমূহো সেইদৰে ভিন ভিন ঠাইত ৰচনা কৰিছিল। শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰক 'কীৰ্তন ঘোষা'ৰ বিভিন্ন অংশবিলাক সংগ্ৰহ কৰি সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। সেই উপদেশ অনুসৰি ৰামচৰণ ঠাকুৰে কীৰ্তনৰ অন্তৰ্গত খণ্ডসমূহ সংগ্ৰহ কৰি ১৫৯৬ খৃঃত মাধৱদেৱৰ হাতত দিয়ে।

 

What people are saying - Write a review

Reviews aren't verified, but Google checks for and removes fake content when it's identified
User Review - Flag as inappropriate

কীৰ্তন ঘোষাত

User Review - Flag as inappropriate

Nam ghokhq

Contents

Section 22
Section 23
Section 24
Section 25
Section 26
Section 27
Section 28
Section 29

Section 9
Section 10
Section 11
Section 12
Section 13
Section 14
Section 15
Section 16
Section 17
Section 18
Section 19
Section 20
Section 21
Section 30
Section 31
Section 32
Section 33
Section 34
Section 35
Section 36
Section 37
Section 38
Section 39
Section 40
Section 41

Common terms and phrases

অনেক আউব আছন্ত আছা আছে আছৈ আতি আন আনন্দে আনি আপুনি আব আমি আরে আসি আহ্মাব ইটো উঠি এক এড়ি এহি বুলি এহিমতে কতো কথা কবন্ত কবা কবি কবিয়া কবিলা কবে কবৈ কবো কহে কাম কি কিনো কিবা কীর্তন ঘোষা কৃষ্ণব কিঙ্কবে কোন গতি গুণ গৈয়া গৈল গৈলা গোপাল গোপী গোবিন্দ ঘোব চবণ চবণে চিত্ত জগত জয় জানি তনু তাক তাব তুমি তোহ্মাব থানে দিব্য দিয়া দিলা দুই দুনাই দুয়ো দেখি দেখিয়া দের ধবি ধম্ম নাই নাবায়ণ নাম নামে নাসা নাহি নাহিকে পদ পবম পাছে পাতক পাপ পারে পারৈ পুত্র প্রভু প্রাণ বব বাজা বাণী বাম বিষ্ণুব বুলি বুলিলা বেদ বোলন্ত বোলা হবি হবি বোলে ব্রহ্মা ভকতি ভবি ভৈল ভৈলা মঞি মন মনে মহা মহিমা মাধৱ মাধৱব মুখ মুখে মোক মোব যত যতেক যাব যায় যিটো যেন যেরে লাগি লৈয়া শঙ্কবে শুনা শুনি শুনিয়া সংসাব সদায় সম সমস্ত সমে সরে সিটো স্তন স্বামী হবিনাম হবিব হাতে হাসি হুয়া হেন হোরৈ

About the author

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

Bibliographic information