ভানুমতী (Bhanumoti)

Front Cover

ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়। সেই সূত্ৰে যদিও ভানুমতীয়ে ছপাশালৰ মুখ প্ৰথমে দেখিছিল, আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পূৰ্ণাংগ উপন্যাস লাহৰী। ১৮৯১ চনত ভানুমতী বিজুলী আলোচনীত প্ৰকাশ হয়। গ্ৰন্থ আকাৰত প্ৰকাশ হয় ১৯০৮ চনত। উপন্যাসখন নায়িকা প্ৰধান। ভানুমতী আৰু চাৰু গোহাঞি নামৰ এহাল ডেকা-গাভৰু প্ৰণয় কাহীনীক পটভূমি হিচাপে লৈ উপন্যাসখন ৰচিত হৈছে। ভানুমতী আৰু চাৰু গোহাঞিৰ মিলনৰ দুৱাৰডলিত যুৱৰাজ (পিছলৈ ৰজা) হেঙাৰ ৰূপে থিয় দিয়াত, ঘটনাক্ৰমে চাৰু গোহাঞিক প্ৰাণদণ্ড দিয়াৰ বাবে চাওদাঙৰ হাতত অৰ্পণ কৰা হয় আৰু পৰিনতিত ভানুমতীয়েও উন্মাদিনী হৈ পুখুৰীত জাঁপ দি প্ৰাণ ত্যাগ কৰে। কাহিনীটো ঐতিহাসিক পটভূমিৰ আধাৰত ৰচিত হ’লেও তাত ইতিহাসৰ কোনো আখ্যান পাবলৈ নাই। সেই ফালৰ পৰা উপন্যাসখন সামাজিক উপন্যাস বুলিব পাৰি।

First Assamese novel (not as book) published serially in 'Bijuli' magazine in 1891. It was published as a book in 1908.

 

Contents

Section 1
Section 2
Section 3
Section 4
Section 5

Common terms and phrases

অন্ত অলপ আক আকৌ আগত আছিল আছে আছো আজি আব আব্ব আমাব আমি আহি আহিব আহিল ইমান ইয়াব উঠিল উত্তব উপায় এই কথা এইদবেই একো এখন এটা এতিয়া এদিন এনে এনেতে এবি ওচব ওপবত ওলাই কথাত কব কবা কবি কবিব কবিবলৈ কবিলে কলে কাঞ্চন কাবণে কাম কি কিন্তু কিবা কিমান কিয় কোন কোনো খাই গম গল গাব গৈ গোহাঞিদেরব ঘবত চাই চাকুলী তবা তবা আইদেউ তাব পাচত তামোল তুমি তেও তেওক তেওব থৈ দবে দি দিন দিলে দুয়ো দেউতাব দেখা দেখি দেখিলো ধবা ধবি ধবিলে ধবিলো ধান নহয় নাই নিমিত্তে নে নো নোৱাবো পব পবা পবি পবিল পাই পাও পাচলৈ পাব পাবে পালো পিচে বজাই বজাব বব বহি বিয়া বুঢ়ী বুলি ভানু ভাব ভাবি ভাল ভিতবত মই মন মনত মনব ময়ো মানুহ মাবি মোক মোব যাব যায় যি যে যেন লগত লাগি লাগিল লাগে লাহে লৈ শুনি সকলো সকলোরে সি সেই সৈতে হব হবলৈ হয় হল হলো হে হৈ হৈছে

About the author

পদ্মনাথ গোহাঞি বৰুৱা (ইংৰাজী: Padmanath Gohainbaruah; ১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভপতি।

Bibliographic information