পদুম কুঁৱৰী (Padum Kunwari)

Front Cover
১৯০৫ চনত প্ৰকাশিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত একমাত্ৰ উপন্যাস হৈছে পদুম কুঁৱৰী উপন্যাসখন হৈছিল।   ১৮৯১ চনত এই উপন্যাসখন লক্ষ্মীনাথ বেজবৰুৱা কলিকতাৰ কলেজত পঢ়ি থকাৰ সময়তে নিজৰ সম্পাদনাত জোনাকীৰ তৃতীয় বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত হৈছিল। এই বুৰঞ্জীমূলক উপন্যাসখনক অসমীয়া ভাষাৰ এখন উল্লেখযোগ্য ঐতিহাসিক উপন্যাস বুলি বিবেচনা কৰা হয়।
 

Common terms and phrases

অতি অলপ আকৌ আগত আগৰ আগেয়ে আছিল আছিল৷ আছে আছে৷ আজি আন আনি আপােনাৰ আমাৰ আমি আৰু আশা আহি আিছল ইমান এই কথা এক একো এখন এটা এটি এতিয়া এনে এৰি এিতয়া এেন ওপৰত কত কথা শুনি কব কৰা কৰি কৰিছিল৷ কৰিব কৰিবলৈ কৰিলে কৰে কাক কাৰ্য্য কি কিন্তু কিবা কিয় কিৰ কেতিয়াবা কেনেকৈ কৈ কোমল খাই গৈ ঘৰৰ চকুৰ চাই ঠিক তই তথাপি তাক তাত তাৰ তােমাৰ তুমি তেওঁ তেওঁক তেওঁৰ তেনে থকা থাকি থাকিব দি দিলে৷ দেউতা দেখি ধৰি ধৰিলে৷ ধিৰেল নাই নাই৷ নাম নােৱাৰে৷ নিচিনা নিমিতে নে পদম পদুম পদুমক পদুমৰ পদুমে পৰা পৰি পাই প্ৰাণৰ ফুল ফুলৰ ফুলে বৰ বৰফকনৰ বৰফুকনে বস্তু বা বিল বুলি ভাল মই মন মনত মনৰ মৰম মানুহ মাৰি মােৰ যদি যাব যাবলৈ যাৰ যি যে যেন লগত লাহে লৈ সংসাৰত সকলাে সদায় সৰযযৰ সুখ সূৰ্য্যকুমাৰৰ সূৰ্য্যৰ সেই সৈতে হ'ল৷ হঠাৎ হয় হৰদততৰ হৰদত্ত হাত হৈ িক েতওক েতওৰ েয েসই ৈহ

About the author (2021)

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটকআৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰিধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে। বিট্ৰিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল।

Bibliographic information