কাৰেঙৰ লিগিৰী (Karengar Ligiri)

Front Cover
কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত দ্বিতীয়খন নাটক। এইখন এখন বুৰঞ্জীমূলক নাটকৰ ঠাঁচত ৰচিত কাল্পনিক নাটক। অসম বুৰঞ্জীৰ আহোম যুগৰ পটভূমিত ৰচিত নাটকখনৰ মূল কাহিনীভাগ পাঁচটা অঙ্কত বিভক্ত। তেখেতে ১৯২৫ চনত নাটকখন লিখা আৰম্ভ কৰি ইংলেণ্ডত থকা সময়ত (প্ৰায় ১৯২৭ চনত) সম্পূৰ্ণ কৰিছে। কাৰেঙৰ লিগিৰীৰ প্ৰথম প্ৰকাশ হয় ১৯৩৭ চনত। প্ৰথম সংস্কৰণৰ প্ৰণেতাৰ কথাত নাট্যকাৰে নাটখন প্ৰায় ১০ বছৰ আগতে লিখা বুলি উল্লেখ কৰিছে।
 

Common terms and phrases

অন অনঙ্গ অলপ আই আকৌ আগত আছে আজি আন আপুনি আমাৰ আমি আৰ আৰু আহি আিম আিহ আেছ আেহ এই একো এখন এটা এতিয়া এনে ওপৰত ওলাই কথা কৰা কৰি কৰিবলৈ কৰে কাঞ্চন কাঞ্চনমতী কান কি কিন্তু কিবা কিয় কিৰ কেনেকৈ কেৰ খাই গাত চাই চাওডাং তই তাই তাইক তাইৰ তাক তাত তাৰ পাছত তােমাৰ তােৰ তিৰােতাৰ তুমি তেন্তে থকা থাকি থাকে থাকে৷ থােক দৰে দি দিয়া দেখা দেখােন দেৰ ধিৰ ধেৰ নগা নহয় নহয়৷ নাই নাই৷ পৰা পিছে ফালে ফােল বন্ধু বপৰা বপুৰা বৰ বাৰ বাৰু বিয়া বিল বুলি ভাল ভুল মই মন মৰ মৰম মাক মাত মানুহে মাৰ মাৰি মািৰ মােক মােৰ মূৰ যদি যা যাব যায় যেন ৰজাৰ ৰণক ৰৱতী ৰাজমাও লাগিব৷ লাহে লােহ লৈ শৱািল শৱািলেয় শেৱালি সকলাে সতে সদশন সমাজৰ সৰ সৰৰ সােমাই সি সুদর্শন সুন্দৰ সেই সেউজী সেৰ হয় হাতত হািহ হৈ িক িকয় িদ

About the author (2021)

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ - ১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয়।

Bibliographic information