বুঢ়ী আইৰ সাধু (Burhi AAir Sadhu)

Front Cover
বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল।

From inside the book

Selected pages

Contents

Section 1
Section 2
Section 3
Section 4
Section 5
Section 6
Section 7
Section 8
Section 14
Section 15
Section 16
Section 17
Section 18
Section 19
Section 20
Section 21

Section 9
Section 10
Section 11
Section 12
Section 13
Section 22
Section 23
Section 24
Section 25

Common terms and phrases

অলপ আই আকৌ আগত আছিল আছে আজি আন আনি আবু আবূ আমি আহি আহিল ইয়াব উঠি উত্তৰ দিলে উভতি উলিয়াই এই কথা শুনি এইদবে এইবুলি একো এখন এজনী এটা এতিয়া এদিন এনেতে এবি ওলাই ক'লে কবি কবিলে কলে কালত কালে কি কিন্তু কিয় কৈ কোনো গবু গল গাল গিবিয়েকে গুচি গুড় গৈ ঘৰলৈ ঘৈণীয়েকে চাই জীয়েকে ডাঙব তই তাই তাইক তাইব তাক তাকে তাত তাতে তাব তাৰ তাষ তুমি তেতিয়া তেন্তে তোক তোমাক থকা থাই থাকিল থাবলৈ থৈ দি দিব দিম দিয়া দিলে দুয়ো দেখি দেখিলে ধবি ধবিলে ধান নাই নাম নিজব পবা পবি পবিল পাই পানী পালে পিছত পিঠা পেলাই বজাই বজাব বব বহি বাঘ বাঘে বাতি বিয়া বুটীয়ে বুধি বুলি ভাত ভাবিলে ভাল ভালকৈ ভিতৰত মই মনে মাকে মাত লগালে মানুহ মাবি মোক মোব মোষ যদি যায় যি যে লগত লাগে লাহে লৈ শিয়ালে সকলো সখি সি সিইতে সিহতব সুধিলে সেই সেইদেখি সৈতে হয় হল হাতত হাব হাল হৈ

About the author

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটকআৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰিধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে। বিট্ৰিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল।

Bibliographic information